কনকলতা ক্ষুদ্ৰ ঋণ আঁচনি

উদ্দেশ্যঃ ক্ষুদ্ৰ কুটীৰ উদ্যোগ, ক্ষুদ্ৰ ব্যৱসায়, খুচুৰা/পাইকাৰী ব্যৱসায়, চাহৰ দোকান, চাহ/ফাষ্ট ফুডৰ চলন্ত, চাহ-তামোলৰ গুমটি, গেলামালৰ দোকান, শীতল পানীয়, শাক-পাচলি, নার্ছাৰী ব্যৱসায়, ঠেলা, ৰিক্সা, অট'ৰিক্সা আদিৰ যোগেদি আত্মনির্ভৰশীল হবলৈ মহিলা মালিকানাধীন উদ্যোগ আৰু আত্মসহায়ক গোটলৈ এই ঋণ আগবঢোৱা হয় ৷

যোগ্যতাঃ মহিলা বেংকৰ সদস্যভূক্ত যোৰহাট জিলাৰ স্থায়ী বাসিন্দা অথবা নীতিগতভাৱে স্থায়ীকৈ যোৰহাট জিলাত ব্যৱসায় কৰা মহিলা উদ্যোগী, ব্যৱসায়ী, মহিলা স্বত্বাধিকাৰী অংশীদাৰী গোট আৰু মহিলা আত্মসহায়ক গোটসমূহ এই ঋণ পাবলৈ যোগ্য ৷

ঋণভিত্তিক অংশক্ৰয়ঃ জামিনযুক্ত ঋণৰ ক্ষেত্ৰত ঋণৰ পৰিমাণৰ ২.৫ শতাংশ ৷
আংশিক জামিনযুক্ত বা জামিনবিহীন ঋণৰ ক ক্ষেত্ৰত পৰিমাণ ৫ শতাংশ ৷

পার্শ্বজমাঃ
বেংকৰ ৰেকাৰিং, ফিক্সড, দৈনিক জমা আদিত ঋণৰ পৰিমাণ ২৫ শতাংশ জমা থাকিব লাগিব অথবা ঋণৰ পৰা ২৫ কমাই দিয়া হব ৷

 ঋণৰ সময়সীমাঃ এবছৰ (১২ মাহ) ৷

পৰিশোধৰ নিয়মঃ
বেংকৰ এজেণ্ট বা সমন্বয়ৰক্ষীয়ে কিস্তি সংগ্ৰহ কৰিব ৷

সূদৰ নিৰিখঃ
১৫ শতাংশ ৷
 
আগতীয়া পৰিশোধঃ
জৰিমনা নাই ৷ সুদ ৰেহাই নাই ৷

জামিন জমা-জামিনদাৰঃ ঋণ ১০০০০/- টকা পয্যন্ত-দুজন অৱস্হাপন্ন
সহ-বাধিত জামিনদাৰঋণ ১০০০০/- টকাৰ অধিক হলে---
১)দুজন অৱস্হাপন্ন সহ-বাধিত জামিনদাৰ ৷
২)ঋণোৎপাদিত সামগ্ৰী জামিন জমা ৷
৩)ঋণৰ ৫০ শতাংশ তলৰ জামিন ৷

গ্ৰাহক সম্পর্কীয় পৰিচিতিঃ
চিনাক্তকৰণ, নিবাস, বয়স, শিক্ষা, বৃত্তি, ব্যৱসায়ৰ অনুজ্ঞা আদিৰ প্ৰমাণপত্ৰ বাধ্যতামূলক ৷

ঋণৰ তালিকা তলত দিয়া হ'ল--- 
ঋণৰ পৰিমাণ মাহিলী পৰিশোধৰ কিস্তি প্ৰতি মাহৰ ধায্য দিন সুদসহ কৰিবলগা   মুঠ পৰিশোধ বেংকৰ সুদ (বছৰেকত)
৫,০০০.০০ ৪৬০.০০ ২৫ তাংৰ ভিতৰত ৫,৫২০.০০ ৫২০.০০
১০,০০০.০০ ৯২০.০০ ২৫ তাংৰ ভিতৰত ১১,০৪০.০০ ১,০৪০.০০
১৫,০০০.০০ ১,৩৮০.০০ ২৫ তাংৰ ভিতৰত ১৬,৫৬০.০০ ১,৫৬০.০০
২০,০০০.০০ ১,৮৪০.০০ ২৫ তাংৰ ভিতৰত ২২,০৮০.০০ ২,০৮০.০০
২৫,০০০.০০ ২,৩০০.০০ ২৫ তাংৰ ভিতৰত ২৭,৬০০.০০ ২,৬০০.০০
List of Holidays 2018
NEWS & UPDATES
Welcome to the only women bank in Assam

Annual Report 2016-2017

Annual Report 2015-2016

Comparative Position 2017

P & L A/C as on 31-March-2016

B.Sheet as on 31-March-2016

P & L A/C as on 31-March-2017

B.Sheet as on 31-March-2017


l_img

Small Savings Schemes

c_img

Success Story

RR_left

Sahid Konoklota Baruah

r_img

Photo Gallery

Home || Contact Us || About Us || Login

Copyright Kanoklota Mohila Bank 2017
Powered by Eternal Quest