Loans and Advances

ভাৰতীয় জীৱন বীমা নিগম
Micro Unit (ক্ষুদ্ৰ বীমা আঁচনি)
আমাৰো আছে জীৱন বীমাৰ সুৰক্ষা চাহ শ্ৰমিক, কৃষক, বনুৱা, আৰু সকলো নিম্নবর্গ লোকৰ বাবে ভৰতীয় জীৱন বীমা নিগমে আগবঢ়াইছে তিনিটা সুনভ আঁচনি ৷ অতি কম কিস্তিত (ন্যূনতম ১০০ টকা)

  • জীৱন মধুৰ (১৮২)
  • জীৱন মঙ্গল (১৯৮)
  • জীৱন দীপ (৮১০)

LIC’s Jeevan Madhur

It is a simple savings related life insurance plan where you may pay premiums regularly at weekly, fortnightly, monthly, quarterly, half-yearly or yearly intervals over the term of the policy. 

LIC’s Jeevan Mangal

LIC’s Jeevan Mangal is a term assurance plan with return of premiums on maturity, where you may pay the premiums either in lump sum or regularly at Yearly, Half Yearly, Quarterly, Monthly, fortnightly or weekly intervals over the term of the policy

LIC’s Jeevan Deep

It is a simple savings related life insurance plan with Guaranteed Additions where you may pay premiums either in lumpsum or regularly at monthly, quarterly, half-yearly or yearly intervals over the term of the policy.

ভাৰতীয় জীৱন বীমা নিগমৰ ক্ষুদ্ৰ বীমা আঁচনিৰ অধীনত সম্ভাব্য গ্ৰাহকৰ ভিত্তি তলত দিয়া ধৰণে হ’ব পাৰে ৷

  • যি সকলৰ মাহেলী আয় অতি সীমিত, যি লোকৰ উপার্জন ৪০০০ টকাৰ পৰা ৫০০০ টকাতে সীমাবদ্ধ ৷
  • যি সকলৰ সাধাৰণ জীৱন বীমাৰ আঁচনি‍ ক্ৰয় কৰাৰ সক্ষমতা নাই ৷
  • সাধাৰণ বনুৱা, খেতিয়ক, চাহ শ্ৰমিক, ক্ষুদ্ৰ খুচুৰা বিক্ৰেতা আৰু চাফাই কর্মী আদি ৷
  • বাতৰি কাকত যোগানিয়াৰ, নিৰাপত্তা ৰ‍ক্ষী, ৰিক্সাৱালা, ঠেলাৱালা, নৈশ চকীদাৰ ইত্যাদি ৷
  • ব্যক্তিগত নার্চিংহম, ৰেষ্টুৰেণ্ট, ছপাশালাৰ কর্মী, পেট্ৰল পাম্প, শ্বপিংমল, গাড়ীৰ ডিলাৰ আদিত নিয়োজিত নিম্নবর্গৰ কর্মচাৰী ৷
  • বিত্তীয় অন্তর্ভূক্তিৰ অধিনত থকা বিভিন্ন আত্মসহায়ক গোটৰ সদস্যসকল ৷

উপৰোক্ত লোক সকলৰ ক্ষুদ্ৰ সঞ্চয়ৰ উপৰিও জীৱনৰ সুৰক্ষা অতিকৈ প্ৰয়োজনীয় ৷ এই সজাগতা প্ৰসাৰ আৰু প্ৰচাৰ কৰাতো আমাৰ মৌলিক দায়িত্ব, লগতে বিশেষ গুৰুত্বপূর্ণ দি‍শটো হ’ল ক্ষুদ্ৰবীমা আঁচনিত সর্বাধিক ৫০,০০০ টকালৈকে বীমাৰাশিত সেৱা কৰ ৰেহাই দিয়া হৈ‍ছে ৷ যিটো সাধাৰণ বীমাত প্ৰযোজ্য নহয় ৷

ভাৰতীয় জীৱন বীমা নিগমঃ দ্ৰবীমা যোজনা (MICRO INSURANCE POLICIES)

জীৱন মধুৰ (PLAN-182)

যোজনা নং- ১৮২

আঁচনিৰ বৈশিষ্ট্য

সর্বনিম্ন আৰু সর্বোচ্চ বীমা ৰাশি‍১০,০০০ ৰ পৰা ৩০,০০০ টকা
বয়স (Age group)১৮ ৰ পৰা ৫৫ বছৰ
ম্যাদ (Term)১০ ৰ পৰা ১৫ বছৰ
কিস্তি‍ (Mode)মাহিলি, তিনিমহীয়া, ছমহীয়া আৰু বছৰেকীয়া
কিস্তিৰ পৰিমাণ (Premium)সর্বনিম্ন – ১০০ টকা সর্বোচ্চ – ২৫০ টকা
বয়সৰ প্ৰমাণ (Age proof)মান বিশিষ্ট আৰু বাসিন্দাৰ প্ৰমাণ পত্ৰ
                   আঁচনিৰ সুবিধা
ম্যাদপূর্তিৰ লাভ (Maturity)ম্যাদপূর্তিৰ বীমাৰাশি + বোনাছ
মৃতু্যজনিত লাভ (Death)মৃতু্যজনিত বামা ৰাশি + বোনাছ
সনর্পন মূল্য (Surrender)ন্যূনতম ২৪ মাহ বীমা কিস্তি আদায় দিয়াৰ পিছত
স্বয়ক্ৰিয় সুৰক্ষা (Grance Period)২ বছৰ সম্পূর্ণ কিস্তি আদায় দিয়া পিছত পুণৰ দুবছৰলৈকে বীমা সুৰক্ষা ব্যৱস্হা

জীৱন মঙ্গল (PLAN-198)

যোজনা নং-১৯৮

আচনিৰ বৈশিষ্ট্য

সর্বনিম্ন আৰু সর্বোচ্চ বীমা ৰাশি‍

১০,০০০ৰ পৰা ৫০,০০০ টকা 

(১০০০ৰ গুণিতক)

বয়স (Age group)১৮ ৰ পৰা ৬০ বছৰ
ম্যাদ (Term)১০ ৰ পৰা ১৫ বছৰ
কিস্তি‍ (Mode)এককালীন, মাহিলি, তিনিমহীয়া, ছমহীয়া আৰু বছৰেকীয়া
কিস্তিৰ পৰিমাণ (Premium)

সর্বনিম্ন –২০ টকা

সর্বনিম্ন এককালীন –৯৮৬ টকা

বয়সৰ প্ৰমাণ (Age proof)মান বিশিষ্ট আৰু বাসিন্দাৰ প্ৰমাণ পত্ৰ
আঁচনিৰ সুবিধা
ম্যাদপূর্তিৰ লাভ (Maturity)সম্পূর্ণ কিস্তি ওভতাই দিয়া হ’ব
মৃতু্যজনিত লাভ (Death)বীমাৰাশী দিয়া হ’ব ৷
সনর্পন মূল্য (Surrender)৩ বছৰৰ কিস্তি আদায় দিয়াৰ পিছত
কিস্তিৰ সুবিধা (Grance Period)২ মাহ অথবা ৬০ দিনৰ কম হ’ব নোৱাৰিব

জীৱন দীপ (PLAN-810)

যোজনা নং-৮১০

আচনিৰ বৈশিষ্ট্য

সর্বনিম্ন আৰু সর্বোচ্চ বীমা ৰাশি‍

১০,০০০ৰ পৰা ৫০,০০০ টকা

(১০০০ৰ গুণিতক)

বয়স (Age group)

১৮ ৰ পৰা৬০ বছৰ

ম্যাদ (Term)

১০ ৰ পৰা ১৫ বছৰ

কিস্তি‍ (Mode)

এককালীন, মাহিলি, তিনিমহীয়া, ছমহীয়া আৰু বছৰেকীয়া

কিস্তিৰ পৰিমাণ (Premium)

সর্বনিম্ন –১৯ টকা

সর্বনিম্ন এককালীন –৩৩৯৮ টকা

বয়সৰ প্ৰমাণ (Age proof)

মান বিশিষ্ট আৰু বাসিন্দাৰ প্ৰমাণ পত্ৰ

                   আঁচনিৰ সুবিধা

ম্যাদপূর্তিৰ লাভ (Maturity)

বীমাৰাশি + গ্যাৰাণ্টিত এডিচন + লয়েল্টি এডিচন

মৃতু্যজনিত লাভ (Death)

ম্যাদপূর্তিৰ অন্তিম বছৰৰ আগত মৃত্যু হ’লে বীমাৰাশি + সুনিশ্চিত বোনাছ আৰু অন্তিম বছৰৰ হ’লে বীমাৰাশি + গ্যাৰান্টিত এডিচন + লয়েল্টি এডিচন

সনর্পন মূল্য (Surrender)

২ বছৰৰ কিস্তি আদায় দিয়াৰ পিছত

স্বয়ক্ৰিয় সুৰক্ষা (Grance Period)

২ বছৰ বীমা কিস্তি  দিয়াৰ পৰৱর্তী দুবছৰলৈ ৷

  সবিশেষ জানিবলৈ আপুনি যোগাযোগ কৰক

ক্ষুদ্ৰবীমা বিভাগ, মাণ্ডলীক কার্যালয়, ভাৰতীয় জীৱন বীমা নিগম, যোৰহাট নাইবা

ফোন নং-৯৮৩৫০৩৩৩৯৯, ৯৪৩৬৪৯১৮৬৬, ০৩৭৬-২৩৬০৭০৩

যোৰহাট, মাণ্ডলীক কার্যালয়,

ৰজাবাৰী, যোৰহাট-১৪

মোবাইল নং-৯৪৩৫০৩৩৩২৯